অপেক্ষা

তুমি online আহিবা বুলি বাদ চায় ৰওঁ ।। মেচেজ্ কৰো নাপাওঁ কোনো সঁহাৰি ।। কিয় জানো ভাল লাগে তোমাৰ লগত কথা পাতি ।। জানো তুমি মোৰ লগত কথা পাতিব নিবিচাৰা, আছে কাৰণ বহুত কিবা কিবি ।। নাজানো তোমাৰ মনৰ কথা হয়তু একেবাৰে মোক দেখিব নোৱাৰা ।। বিচৰা নাছিলো তোমাৰ পৰা বহুত কিবা কিবি , বিচাৰিছিলো মাথো কথা এটাৰ সঠিক প্ৰত্যোত্তৰ ।। হব নে নহয় তাকো কব নোৱাৰিলা ।। মানে মই বেয়া ।। অলপ চলপ স্ক্ৰু ধিলা ।। ভাৱিছিলো তুমি মোক ঠিক কৰিবা নেকি ?? ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিদ্ধি ।। মোৰো একেই গতি ।। আশা কৰিছিলো মেছেজৰ ৰেপ্লাই পাম বুলি ।। নাপালোঁ এটাৰো সঁহাৰি ।। নকৰো আৰু আশা নকৰো আৰু অপেক্ষা ।। সচাঁ কথাত কিবা এটা ভাল লাগিছিল তোমাক ।। বুজি পোৱা নে নোপোৱা এতিয়া তোমাৰ কথা ।। আগে পোৱা বিষাদৰ বুজাৰ দৰে তুমিও দি গলা.?? :😔

                   

Comments

Popular posts from this blog

সঁচা প্ৰেম কাহিনী

সচা ভালপোৱা- প্ৰেমিক-প্ৰেমিকাৰ ৰোমান্টিক বাৰ্তালাপ

মোৰ জীৱনৰ সচা ভালপোৱা