মোৰ জীৱনৰ সচা ভালপোৱা
যেতিয়া মই ভালপোৱাৰ বিষয়ে ইমান জনা নাছিলো আৰু জানিবলৈও ইচ্ছা কৰা নাছিলো।
বহুত ভয় লাগে এইবোৰ কিয়নো কেতিয়াবা দেখা পাও লগৰ বোৰে এইবোৰক লৈ বহুত দুখ পায়!
আৰু মই কিবা এটা কামৰ বাবে ২০১২ চনত এক কাল্পনিক চহৰলৈ গুচি আহিলো আৰু তাত ৰুম এটা ঠিক কৰি থাকিব ললো!
মই সন্ধিয়া হলে ফুৰি বহুত ভাল পাও সেইবাবে অইন দিনাৰ দৰে সেইদিনাও গলো আৰু দোকান এখনৰ পৰা এটা কে.পি লৈ মিহলাবলৈ ধৰিলো।
এনেতে মোৰ ৰুমৰ ওচৰৰ ছোৱালী এজনি দেখা পালো আৰু নাযানু তাইক দেখি মোৰ অলপ কিবা ভাল লাগিল। কিন্তু ইমান গুৰুত্ব নিদিলো তাইও মোৰ কাষেৰে পাৰ হৈ গ'ল!
অলপ ফুৰি ৰুমলৈ আহি ৰাতি খাই বৈ কানত হেড ফোন ডাল লৈ you tube টো অন কৰি পাহিবাৰ লাভস্তোৰী এটা শুনি ১১ মান বজাত টোপনি গলো!
আকৌ ৰাতিপুৱা ১০ মান বজাত উঠি মুখ খন ধুই একেলগে গাতো তিয়াবলৈ দেখিলো টেংকিত পানি নাই মনটো বেয়া লাগিল আৰু ৰুম এটাৰ আগত বাল্টি এটাত পানি দেখিলো পানি খিনি আনিব গৈ তাইক দেখিলো।
আৰু, তাইক কলো আজি টেংকিত পানি নাই গাতো তিয়াব লাগিছিল আপুনাৰ পানিখিনি এতিয়া প্ৰয়োজন আছে নেকি বাৰু?
তাই কলে অ' তেনেহলে লৈ যাওক মই পিছত টেংকিত পানি আহিলে কাপোৰ খিনি ধুই লম বাৰু !
মই পানিখিনি লৈ গৈ গাতো তিয়াই কাপোৰ যোৰ পিন্ধি লগৰ এজনৰ তাত যাব ওলালো আৰু তলাটো মাৰি পিছফালে তাইক দেখিলো!
এনেকৈ দেখোতে দেখোতে তাইক কিবা ভাল হৈ পৰিল আৰু এদিন তাইক মাত লগালো তাইও ভালকৈ মাতিলে তাইৰ নাম শুধিলো তাইৰ পৰিচয় খিনি শুধাত তাই মোৰ লগত ভালকৈ কথা পাতিলে।
এনেকৈ আমি দুয়ো frndshp কৰিলো আৰু আমি যেতিয়াই নেদেখিলেও মতা আৰম্ভ কৰিলো আৰু এনেকৈ কম দিনৰ ভিতৰত বহুত ভাল ফ্ৰেন্দ হৈ পৰিলো আমি।
কেতিয়াবা একেলগে ফুৰিবলৈ যোৱা কৰিলো তাই মোক বিশ্বাস কৰি তাইৰ সকলো কথায়ে মোৰ লগত শ্বেয়াৰ কৰা আৰম্ভ কৰিলে।
মইও তাইক মোৰ সকলো কথা শ্বেয়াৰ কৰো ! আৰু এদিন ফুৰি আহি থাকোতে তাই মোৰ নম্বৰটো খুজিলে আৰু মইও দি দিলো ! আৰু আমি নিজৰ নিজৰ ৰুমত সোমালো।
পিছদিনা মৰ্নিং তাই মোক কলে যে ৰাজ মই ঘৰলৈ যাব লাগিব মা মাতিছে, তোমাৰ কাম ছুটি আছে তেন্তে মোৰ লগত যাব পাৰিবা নে?
মানে বহুত দুৰ হয়তো অকলে যাব ভাল নালাগে!মই তাইক কলো যে তোমাৰ ঘৰৰ পৰা একো প্ৰবলেম নহয়তো?
তাইও কলে আৰে বাবা মই আছো নহয় ! একো প্ৰবলেম নাই যদি যোৱা মই তাইক ঠিক আছে বুলৈ কৈ দিলো !! তাই কিয় বা ইমান ফুৰ্তি কৰিছিল মই যাম বুলি কোৱা বাবে !
পিছদিনা যাবলৈ ওলালো আৰু আমি গাড়ীৰ চিতত বহিলো! তাই মোৰ লগত ইমান ধুনিয়াকৈ কথা পাতি গৈছিল সেইখিনি সময়ত আমি দুয়োজন যেন বহু আগৰ পৰা চিনাকী।
মই সেই মুহুৰ্তত বহুত আনন্দিত হৈছিলো !! আৰু এনেকৈ সিহতৰ ঘৰ পালো আৰু তাইৰ মাকে মাতি নিলে আৰু তাইক শুধিলে এইজন কোন হয় বাৰু তাই লগৰ বুলি ক'লে আৰু এনেকৈ চাহ পানি দি মাকে মোক পৰিচয় খিন সুধিলে।
তাই সকলোৰে লগত চিনাকী কৰাই দিলে সচাকৈ তাইৰ ঘৰৰ সকলোৱে মোক বহুত মৰম কৰিলে প্ৰায় পাচদিন মান থাকিলো তাই সিহতৰ গাওৰ ঠাইবোৰ সকলো দেখুৱালে!
আৰু মই সিহতৰ নিজৰ মানুহৰ নিচিনা বুলি কলে তাই মই ভালকৈ বুজি নোপোৱাত তাইক সুধিলো মানে কি কৈছা তাই মুখেৰে একো নামাতিলে আৰু তাই ৰুমলৈ সোমায় গ'ল !!
ৰাতি আমি সকলোৱে একেলগে খাই বৈ নিজৰ নিজৰ ৰুমলৈ শুব গ'ল আৰু তাই মোক মোৰ ৰুমৰ আঠুয়াখন টনি দিলে !!
তাইক মইও হয়তো ভাল পাই পেলাইছো !! আৰু তাই মোক আঠুয়াখন টনি দি তাই শুব গল আৰু ৰাতি ১২ মান বজাত মোবাইলটো ক্ৰিং ক্ৰিং বাজিব ধৰিলে।
মই মোবাইলতো হাতত লৈ দেখিলো তাইৰ মেচেজ আৰু তাত তাই মোক কলে i love you ৰাজ মই তোমাক সচাকৈ বহুত ভাল পাই পেলাইছো! মোক ভূল নুবুজিবা !!
আৰু মই আনন্দিত হৈ গোটেই ৰাতিটো শুব নোৱাৰিলো ইমান ভাল লাগিছিল মই লিখনিত বুজাব নোৱাৰিম!
কিন্তু তাইক মই একো ৰিপলাই কৰা নাছিলো ৰাতিপুৱা শুই উঠি তাই মোৰ ৰুমলৈ চাহ একাপ লৈ আহিল তাই বহুত লাজ কৰিছিল আৰু মই তাইক হাতত ধৰিলো তাই মোৰ ফালে চাই ৰ'ল আৰু মইও তাইৰ চকুত চকু থৈ I LOVE YOU TOO বুলি কৈ দিলো !! তাই মোক সাৱতি ধৰিলে !
আৰু এনেকৈয়ে আৰম্ভ হ'ল আমাৰ প্ৰেম কাহিনী আৰু তাই আমাৰ সকলো কথা ঘৰত কৈ দিলে!
তাইৰ মাক দেউতাক সকলোৱে আমাক আকোৱালী ললে !! আৰু মইও সেইদিনাই তাৰ পৰা গুচি আহি মোৰ মা পাপাক কথাবোৰ কোৱাত মা পাপাও মান্তি হ'ল আৰু মই লগে লগে তাইক জনালো আৰু অতি সোনকালে মোৰ ঘৰৰ মানুহ গৈ আমাৰ বিয়া ঠিক কৰিলে !!
তাই মোক পাই বহুত সুখি আৰু মইও !!আৰু এনেকৈ আমাৰ বিয়া হ'ল....!
সমাপ্ত

Comments
Post a Comment